Hello everyone!
In this video I will be making a oil free chicken dish.
Hope you all like this.
.তেল বিহীন মুৰ্গীৰ মাংস
প্ৰণালী :-মাংস খিনি ভালকে ধুই ..নিমখ, হালধি, আদা – নহৰু বটা, গৰম মছলা, লাল মিৰ্চ পাউদাৰ, জিৰা – ধনীয়া পউদাৰ দি ভালে সানি ৩০মিনিটৰ কাৰণে মেৰিনেট কৰি থব…তাৰ পাছত গৰম কৰি লোৱা কেৰাহিত মাংস খিনি দি কম জুইত সিজিব দিব…আধা সিজা হোৱাৰ পাচত আধা কাপ গৰম পানী দিব ..পানী সামান্য কমি যোৱাত কাটি লোৱা পিয়াজ খিনি দিব ..পুনৰ ভালকে লৰাই জালুকৰ গুৰি, কেচা জলকীয়া, কচুৰি মেথি দিব ।তাৰ পাছত পিয়াজ গলি যোৱাত নমাই থব ।
.
––––––––––––––––––––––––––––––
Fallen Kingdom by SilentCrafter
https://soundcloud.com/user-907904720
Creative Commons — Attribution-ShareAlike 3.0 Unported — CC BY-SA 3.0
Free Download / Stream: http://bit.ly/l-fallen-kingdom
Music promoted by Audio Library https://youtu.be/02PahYnpBJE
––––––––––––––––––––––––––––––
.
Thanks for watching.
source