This recipe I have taken from one of my very good friend Bhabani Pegu( writer of Oupuli/ঐপুলী)
মিচিং সমাজৰ অতিকে জনপ্ৰিয় এই খুদ চাউলৰ লগত ৰন্ধা মুৰ্গী মাংসৰ জোল কন আপোনালোকৰ আগত আগবঢ়াব পাই অতিকে আনন্দিত ৷ ঐপুলীৰ মিগমৰ অতি প্ৰিয় আছিল এই জোল খন ৷ লেখিকাই খুব মৰমেৰে আগবঢ়ালে ৰেচিপি টো৷ খাবলৈ খুব সোৱাদ হৈছিল ৷ এদিন ৰান্ধি খাব বুলি আশা কৰিলো ৷
Please try this recipe at home and let us know your experience. If you like this video please subscribe to our channel and also share with your friends
Please follow us on Instagram:
https://www.instagram.com/chefbbskitchen/
Please follow our FB page:
https://www.facebook.com/googlyhub/
About us
Check #chefbbs #khudsaulwithchicken
#pitangsobji
#chickenrdcipeinassamese
source